உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজি ভোগালীৰ উৰুকা, লগে ভাগে এসাঁজ খাবলৈ বজাৰত ভিৰ, ক’ত ওলাইছে কিমান ডাঙৰ মাছ?

    আজি ভোগালীৰ উৰুকা, লগে ভাগে এসাঁজ খাবলৈ বজাৰত ভিৰ, ক’ত ওলাইছে কিমান ডাঙৰ মাছ?

    ৰৌ, ভকুৱা, চিতল, বৰালী আদিকে ধৰি বিভিন্ন মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। মহানগৰীৰ উজান বজাৰত পুৱাৰে পৰা বিৰ দি বাট নোপোৱা অৱস্থা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহানগৰীলৈ আহিছে মাছ।

    • Share this:
    আজি ভোগালীৰ উৰুকা। উৰুকাৰ নিশা লগে ভাগে এসাঁজ জুতি লগাই খাবলৈ ৰাজ্যৰ বজাৰসমূহত দেখা গৈছে ব্যাপক ভিৰ। মহানগৰীৰ লগতে ৰাজ্যৰ আন আন বজাৰসমূহতো পুৱাৰে পৰা নিজৰ পছন্দৰ মাছটো কিনিবলৈ ভিৰ কৰিছে জনতাই।

    ৰৌ, ভকুৱা, চিতল, বৰালী আদিকে ধৰি বিভিন্ন মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ। মহানগৰীৰ উজান বজাৰত পুৱাৰে পৰা বিৰ দি বাট নোপোৱা অৱস্থা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহানগৰীলৈ আহিছে মাছ। প্ৰকাণ্ড প্ৰকাণ্ড চিতল, ৰৌ, বৰালী উভৈনদী হৈ পৰিছে উজান বজাৰৰ মাছ বজাৰত। সকলোৱে নিজৰ পছন্দৰ মাছটো কিনিবলৈ পুৱাই ওলাই আহিছে বজাৰলৈ।

    বঙাইগাঁৱৰ বজাৰত প্ৰকাণ্ড বৰালী

    ৰাজ্যৰ আন আন প্ৰান্তৰ বজাৰসমূহতো দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ। উৰুকাৰ বাবে যথেষ্ট বৃদ্ধি পাইছে মাছৰ দাম।

    যোৰহাটৰ বজাৰত এটা প্ৰকাণ্ড মাছ

    প্ৰতিকিলো চিতল মাছৰ দাম ১০০০ৰ পৰা ১২০০ টকা পৰ্যন্ত পাইছেগৈ। আনহাতে, প্ৰতিকিলো ৰৌ মাছৰ দাম ১০০০ৰ পৰা ১১০০ টকা পৰ্যন্ত হৈছে। বৰালীৰ দাম ১০০০ৰ পৰা ১২০০ টকা প্ৰতিকিলোত।
    Published by:Sanjay Kumar Das
    First published: