আজি হেঁপাহৰ ভোগালী বিহু, ৰাজ্যজুৰি উচাহৰ ঢল

News18 Assam | News18-Assam
Updated:January 15, 2020, 10:36 AM IST
আজি হেঁপাহৰ ভোগালী বিহু, ৰাজ্যজুৰি উচাহৰ ঢল
পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা

পুৱাই মেজিত অগ্নিসংযোগ কৰি শান্তি–সম্প্ৰীতি বিচাৰি প্ৰাৰ্থনা

  • Share this:
আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নিদেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা।সমাজৰ পৰা অসুয়া-অশান্তি নাশ কৰি অসমৰ সাতামপূৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু। মেজিস্থলীতে জ্যেষ্ঠজনক সেৱা জনাই লগে ভাগে জলপানৰ জুতি ল’লে সকলোৱে।

ইফালে হেঁপাহৰ ভোগালীৰ মেজিৰ তলতো বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
Published by: Himangshu Bhuyan
First published: January 15, 2020, 10:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading