অসমৰ এইসকল শিক্ষকে ঘৰত বহিয়েই লাভ কৰিব দৰমহা

News18 Assam | News18-Assam
Updated:February 12, 2020, 3:12 PM IST
অসমৰ এইসকল শিক্ষকে ঘৰত বহিয়েই লাভ কৰিব দৰমহা
Source-Google

ৰাজ্যৰ কিছুসংখ্যক শিক্ষকে ঘৰত বহিয়েই লাভ কৰিব চৰকাৰী দৰমহা

  • Share this:
ৰাজ্যৰ কিছুসংখ্যক শিক্ষকে ঘৰত বহিয়েই লাভ কৰিব চৰকাৰী দৰমহা। ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য। বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। অহা চাৰি, পাঁচ মাহৰ ভিতৰত বন্ধ হ’ব ৰাজ্যৰ সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল। এই বিদ্যালয় সমূহ হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব। গতিকে মাদ্ৰাছা আৰু টোলত কৰ্মৰত  শিক্ষকসকলক চৰকাৰে অৱসৰ পৰ্যন্ত প্ৰদান কৰিব দৰমহা।
আৰু চাওক
পৰৱৰ্তী বাতৰি