உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মাদ্ৰাছাত শিক্ষক নিযুক্তিত বাধ্যতামূলক হ’ব টেট পৰীক্ষা

    মাদ্ৰাছাত শিক্ষক নিযুক্তিত বাধ্যতামূলক হ’ব টেট পৰীক্ষা

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

    • Share this:
      গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰে পৰা মাদ্ৰাছাত শিক্ষক নিযুক্তিত বাধ্যতামূলক হব টেট।চৰকাৰৰ পূৰ্বৰ সিদ্ধান্তত উচ্চ ন্যায়ালয়ৰ মোহৰ।মাদ্ৰাজাত শিক্ষক নিযুক্তিত টেটৰ বিৰোধীতা কৰিছিল একাংশ প্ৰাৰ্থীয়ে। আজি এক ৰায়যোগে মাদ্ৰাজাত টেট শিক্ষক নিযুক্তি বাধ্যতামূলক কৰিলে ন্যায়ালয়ে।এই ৰায়দানৰ লগে লগে  চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
      First published: