• Home
  • »
  • News
  • »
  • assam
  • »
  • আজমল অসমীয়াৰ শত্ৰু, বিজেপিৰ অক্সিজেন, বিজেপিৰ শ্ৰুতলিপি মতেই আজমলে এই মন্তব্য কৰিছে : লুৰিণজ্যোতি গগৈ

আজমল অসমীয়াৰ শত্ৰু, বিজেপিৰ অক্সিজেন, বিজেপিৰ শ্ৰুতলিপি মতেই আজমলে এই মন্তব্য কৰিছে : লুৰিণজ্যোতি গগৈ

File Photo

File Photo

লুৰিণজ্যোতি গগৈয়ে কয়, আজমল অসমীয়াৰ শত্ৰু৷ বিজেপিৰ অক্সিজেন হয় আজমল। বিজেপিৰ শ্ৰুতলিপি মতে আজমলে এই মন্তব্য আগবঢ়াইছে।

  • Share this:
আজমলৰ মন্তব্য অৰুচিকৰ, সভ্য সমাজত নোহোৱা কথা কৈছে আজমলে। মানুহৰ মাজত ঘৃণা ভাৱ আনিছে এই মন্তব্যই৷ সমগ্ৰ মহিলাসকলক অপমান কৰিছে। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

লুৰিণজ্যোতি গগৈয়ে কয়, আজমল অসমীয়াৰ শত্ৰু৷ বিজেপিৰ অক্সিজেন হয় আজমল। বিজেপিৰ শ্ৰুতলিপি মতে আজমলে এই মন্তব্য আগবঢ়াইছে।

আজমলক কৰায়ত্ত কৰি দেখুৱাবলৈ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান লুৰিণৰ। তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰো দাবী লুৰিণজ্যোতি গগৈৰ। জিলাই জিলাই গোচৰ ৰুজু কৰাৰ কথাও সদৰি কৰে গগৈয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি