‘মই জাতিৰ গাড্ডাৰ হ’ব খোজা নাই’- আছুৰ পৰা আনুষ্ঠানিকভাবে অব্যাহতি লুৰিণ জ্যোতি গগৈৰ, মঞ্চতে হ’ল আবেগিক

News18 Assam | News18-Assam
Updated:November 21, 2020, 10:43 PM IST
‘মই জাতিৰ গাড্ডাৰ হ’ব খোজা নাই’- আছুৰ পৰা আনুষ্ঠানিকভাবে অব্যাহতি লুৰিণ জ্যোতি গগৈৰ, মঞ্চতে হ’ল আবেগিক
অৱশেষত আনুষ্ঠানিক ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

অৱশেষত আনুষ্ঠানিক ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।

  • News18 Assam
  • Last Updated: November 21, 2020, 10:43 PM IST
  • Share this:
অৱশেষত আনুষ্ঠানিক ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে। লুৰিণ জ্যোতি গগৈয়ে আছু ত্যাগ কৰাৰ লগে লগে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় দুলীয়াজান অধিৱেশনৰ মুকলি সভাত। আছু ত্যাগৰ ঘোষণা কৰি মঞ্চতে আবেগিক হৈ পৰিলে লুৰিণ জ্যোতি গগৈ।

এই সন্দৰ্ভত লুৰিণে কয় যে,  ‘মই বহুবাৰ বিবেকৰ লগত কথা পাতিছো। মই আত্মবিশ্বাসী,এই সিদ্ধান্ত মোৰ আত্মত্যাগ নহয়। মই শেহতীয়া পৰিবেশ আৰু পৰিস্থিতি চাই এই সিদ্ধান্ত লৈছো। জাতিৰ বাবে এই সিদ্ধান্ত লৈছো। যদি মই ব্যক্তিগত চিন্তা কৰিলো হেতেন, তেন্তে মই সভাপতি হ’লো হেতেন। এয়া মোৰ জাতীয় দায়িত্ব। মই জাতিৰ গাড্ডাৰ হব খোজা নাই।’
Published by: Himangshu Bhuyan
First published: November 21, 2020, 10:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading