‘মই জাতিৰ গাড্ডাৰ হ’ব খোজা নাই’- আছুৰ পৰা আনুষ্ঠানিকভাবে অব্যাহতি লুৰিণ জ্যোতি গগৈৰ, মঞ্চতে হ’ল আবেগিক

অৱশেষত আনুষ্ঠানিক ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।
অৱশেষত আনুষ্ঠানিক ভাবে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল’লে সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে।
- News18 Assam
- Last Updated: November 21, 2020, 10:43 PM IST
এই সন্দৰ্ভত লুৰিণে কয় যে, ‘মই বহুবাৰ বিবেকৰ লগত কথা পাতিছো। মই আত্মবিশ্বাসী,এই সিদ্ধান্ত মোৰ আত্মত্যাগ নহয়। মই শেহতীয়া পৰিবেশ আৰু পৰিস্থিতি চাই এই সিদ্ধান্ত লৈছো। জাতিৰ বাবে এই সিদ্ধান্ত লৈছো। যদি মই ব্যক্তিগত চিন্তা কৰিলো হেতেন, তেন্তে মই সভাপতি হ’লো হেতেন। এয়া মোৰ জাতীয় দায়িত্ব। মই জাতিৰ গাড্ডাৰ হব খোজা নাই।’