পুনৰ সুনাম কঢ়িয়ালে অসম কন্যাই

এইবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে

News18-Assam
Updated:August 3, 2019, 10:51 PM IST
পুনৰ সুনাম কঢ়িয়ালে অসম কন্যাই
এইবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে
News18-Assam
Updated: August 3, 2019, 10:51 PM IST
ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াইছে ইগৰাকীৰ পিছত সিগৰাকীকৈ অসম সন্তানে। এইবাৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় এম এছ উমখানভ বক্সিংঙত স্বৰ্ণপদক অৰ্জন লাভলীনাৰ। সন্মানীয় প্ৰতিযোগিতাখনৰ মহিলাৰ ৬৯ কেজি শাখাৰ চূড়ান্ত খেলত ইটালীৰ কনফৰা আচুণ্টাক পৰাস্ত কৰে লাভলীনাই। এই সাফল্যত লাভলীনাক অভিনন্দন জ্ঞাপন কৰিছে অসম বক্সিং সন্থাই।
আৰু চাওক পৰৱৰ্তী বাতৰি