সোমবাৰে নতুন দিল্লীত উপস্থিত হ’ব টকিঅ’ অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই। ১১ আগষ্টত এদিনৰ বাবে অসমত উপস্থিত থাকিব লাভলীনা। লাভলীনা বৰগোহাঁইক চৰকাৰৰ পৃষ্ঠপোষকতাত এখন মঞ্চতে ৰাজহুৱা সম্বৰ্ধনাৰ ব্যৱস্থা কৰিব।
১৩ আগষ্টত লাভলীনাই গুৱাহাটীৰ পৰা পুনৰ উভতি যাব নতুন দিল্লীলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে স্বাধীনতা দিৱসৰ লালকিল্লাৰ কাৰ্যসূচী উপস্থিত থাকিব ভাৰতৰ গৌৰৱ বক্সাৰগৰাকী।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2021, 16:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।