உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰেম প্ৰত্যাখ্যান! গুৱাহাটীৰ যুৱতীক মাতৃৰ সন্মুখতে ডিঙি ৰেপি হত্যা কৰিলে উদণ্ড যুৱকে

    প্ৰেম প্ৰত্যাখ্যান! গুৱাহাটীৰ যুৱতীক মাতৃৰ সন্মুখতে ডিঙি ৰেপি হত্যা কৰিলে উদণ্ড যুৱকে

    গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।

    গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।

    গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।

    • Share this:

    • গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।

    • প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই এজন যুৱকে মাতৃৰ সন্মুখতে ডিঙি ৰেপি হত্যা কৰিলে এগৰাকী যুৱতীক।

    • গাড়ীৰ পৰা টানি নমাই আনি এনেদৰে ৰাজপথতে যুৱতীগৰাকীক হত্যা কৰে।

    • আমচিং যোৰাবাটৰ শান্তিবস্তিৰ বাসিন্দা সঞ্জয় লালুঙে ওচৰৰ বাসিন্দা মৰমী তাঁতী নামৰ এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু কলেজীয়া ছাত্ৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

    • হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে সঞ্জয় লালুঙে।

    • আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এতিয়া আৰম্ভ কৰিছে তদন্ত অভিযান।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: