
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।
- গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড।
- প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই এজন যুৱকে মাতৃৰ সন্মুখতে ডিঙি ৰেপি হত্যা কৰিলে এগৰাকী যুৱতীক।
- গাড়ীৰ পৰা টানি নমাই আনি এনেদৰে ৰাজপথতে যুৱতীগৰাকীক হত্যা কৰে।
- আমচিং যোৰাবাটৰ শান্তিবস্তিৰ বাসিন্দা সঞ্জয় লালুঙে ওচৰৰ বাসিন্দা মৰমী তাঁতী নামৰ এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু কলেজীয়া ছাত্ৰীগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
- হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে সঞ্জয় লালুঙে।
- আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত এতিয়া আৰম্ভ কৰিছে তদন্ত অভিযান।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|