• Home
  • »
  • News
  • »
  • assam
  • »
  • Howly Raas Lottery Result : হাউলীৰ ৰাস মহোত্‍সৱৰ অন্যতম আবেদন ইয়াৰ ভাগ্যৰ খেলৰ ফলাফল ঘোষণা

Howly Raas Lottery Result : হাউলীৰ ৰাস মহোত্‍সৱৰ অন্যতম আবেদন ইয়াৰ ভাগ্যৰ খেলৰ ফলাফল ঘোষণা

মাত্ৰ  ১০০ টকাতে আগবঢ়োৱা হৈছিল ৪৫ লাখ টকীয়া বিলাসী বাহন।

মাত্ৰ  ১০০ টকাতে আগবঢ়োৱা হৈছিল ৪৫ লাখ টকীয়া বিলাসী বাহন।

মাত্ৰ  ১০০ টকাতে আগবঢ়োৱা হৈছিল ৪৫ লাখ টকীয়া বিলাসী বাহন।

  • Share this:
হাউলীৰ ৰাস মহোত্‍সৱৰ অন্যতম আবেদন ইয়াৰ ভাগ্যৰ খেল। সকলোৰে বিশ্বাস অৰ্জন কৰা হাউলীৰ উপহাৰ কুপনক লৈ সদায়ে উত্‍সাহী প্ৰায়সংখ্যক লোক।

এইবাৰো ৯৫সংখ্যক বৰ্ষত পদাৰ্পণ কৰা ৰাসোত্‍সৱ উপলক্ষে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা কৰা হৈছে।

চাওক ফলাফল-

হাউলী ৰাসৰ উপহাৰ কুপনৰ ফলাফল ১


হাউলী ৰাসৰ উপহাৰ কুপনৰ ফলাফল ২


হাউলী ৰাস উদযাপন সমিতিয়ে ২১ নৱেম্বৰত ফলাফল ঘোষণা কৰাৰ বিষয়ে পূৰ্বে প্ৰকাশ কৰিছিল আৰু আজি নিশা সেয়া প্ৰকাশ কৰে। মাত্ৰ  ১০০ টকাতে আগবঢ়োৱা হৈছিল ৪৫ লাখ টকীয়া বিলাসী বাহন। আজিৰ ফলাফল অনুসৰি ভাগ্যৱান বিজয়ীসকলৰ নাম এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি