Lok Sabha Election Result 2019 LIVE : গুৱাহাটীত বৃহৎ অগ্ৰগতি কুইন ওজাৰ

সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত এইপৰ্যন্ত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী কুইন ওজা।

news18assam
Updated:May 23, 2019, 10:49 AM IST
Lok Sabha Election Result 2019 LIVE : গুৱাহাটীত বৃহৎ অগ্ৰগতি কুইন ওজাৰ
সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত এইপৰ্যন্ত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী কুইন ওজা।
news18assam
Updated: May 23, 2019, 10:49 AM IST
লোকসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত এইপৰ্যন্ত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী কুইন ওজা। প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত কুইন ওজাই লাভ কৰিছে অগ্ৰগতি। কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাতকৈ ১৬,২৫২টা ভোটত অগ্ৰগতি লাভ কৰিছে কুইন ওজাই।

প্ৰথম ৰাউণ্ডৰ অন্তত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত আগবাঢ়ি আছে কুইন ওজা। ববিতা শৰ্মাতকৈ ৪,০৬৬ ভোটতত আগবাঢ়িছে বিজেপি প্ৰাৰ্থীগৰাকী। কুইন ওজাই পাইছে ৫,০৭৫ ভোট। তাৰ বিপৰীতে ববিতা শৰ্মাই পাইছে ১০০৯ ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি