Lok Sabha Election Result 2019 : যোৰহাটত তপন গগৈয়ে উৰুৱালে গেৰুৱা নিচান

অসমৰ এইপৰ্যন্ত ঘোষিত তিনিখন আসনৰ ভিতৰত তিনিওখনেই লাভ কৰিছে বিজেপিয়ে।

news18assam
Updated:May 23, 2019, 5:30 PM IST
Lok Sabha Election Result 2019 : যোৰহাটত তপন গগৈয়ে উৰুৱালে গেৰুৱা নিচান
অসমৰ এইপৰ্যন্ত ঘোষিত তিনিখন আসনৰ ভিতৰত তিনিওখনেই লাভ কৰিছে বিজেপিয়ে।
news18assam
Updated: May 23, 2019, 5:30 PM IST
অসমৰ এইপৰ্যন্ত ঘোষিত তিনিখন আসনৰ ভিতৰত তিনিওখনেই লাভ কৰিছে বিজেপিয়ে। ডিব্ৰুগড়, লখিমপুৰৰ পিছত যোৰহাট সমষ্টিও দখল কৰিলে গেৰুৱা দলটোৱে। সমষ্টিটোৰ পৰা জয়লাভ কৰে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইক পৰাস্ত কৰি বিজয়ধ্বসা উৰুৱালে তপন গগৈয়ে। এইপৰ্যন্ত অব্যাহত আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা।
আৰু চাওক পৰৱৰ্তী বাতৰি