কলিয়াবৰত অক্ষত কংগ্ৰেছৰ দুৰ্গ, গৌৰৱ গগৈৰ জয়

কলিয়াবৰত কংগ্ৰেছৰ দুৰ্গ অক্ষট ৰাখিলে গৌৰৱ গগৈয়ে।

news18assam
Updated:May 23, 2019, 8:42 PM IST
কলিয়াবৰত অক্ষত কংগ্ৰেছৰ দুৰ্গ, গৌৰৱ গগৈৰ জয়
কলিয়াবৰত কংগ্ৰেছৰ দুৰ্গ অক্ষট ৰাখিলে গৌৰৱ গগৈয়ে।
news18assam
Updated: May 23, 2019, 8:42 PM IST
কলিয়াবৰত কংগ্ৰেছৰ দুৰ্গ অক্ষত ৰাখিলে গৌৰৱ গগৈয়ে। অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তক পৰাস্ত কৰি সমষ্টিটোত বিজয়ধ্বজা উৰুৱালে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ কলিয়াবৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ। সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল।

ভোটগণনাৰ আৰম্ভণিতে বৃহৎ অগ্ৰগতি লাভ কৰিছিল মণিমাধৱ মহন্তই। প্ৰথম অৱস্থাত আগুৱাই আছিল যদিও শেষমুহূৰ্তত বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয় গৌৰৱ গগৈয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি