বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকৰ বৃহৎ জয়

বৰপেটা সমষ্টিত বৃহৎ জয় কংগ্ৰেছৰ। ১,৩৫,৪৪৫টা ভোটত বিজয়ী কংগ্ৰেছৰ আব্দুল খালেকৰ।

news18assam
Updated:May 24, 2019, 6:38 AM IST
বৰপেটাত কংগ্ৰেছৰ আব্দুল খালেকৰ বৃহৎ জয়
বৰপেটা সমষ্টিত বৃহৎ জয় কংগ্ৰেছৰ। ১,৩৫,৪৪৫টা ভোটত বিজয়ী কংগ্ৰেছৰ আব্দুল খালেকৰ।
news18assam
Updated: May 24, 2019, 6:38 AM IST
বৰপেটা সমষ্টিত বৃহৎ জয় কংগ্ৰেছৰ। ১,৩৫,৪৪৫টা ভোটত বিজয়ী কংগ্ৰেছৰ আব্দুল খালেকৰ। সমষ্টিটোত কংগ্ৰেছ, অগপ আৰু এ আই ইউ ডি এফৰ মাজত হৈছিল মূল যুঁজ। তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাত আব্দুল খালেকে ৬,৪০,২২৭টা ভোট পোৱাৰ বিপৰীতে অগপৰ কুমাৰ দীপক দাসে ৫,০৪,৭৮২টা আৰু এ আই ইউ ডি এফৰ ৰফিকুল ইছলামে লাভ কৰে ২,৪৪,৭৮৯টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি