অসমৰ প্ৰথমখন আসনৰ ফলাফল ঘোষণা, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ জয়

অসমৰ ১৪খন লোকসভা সমষ্টিৰ ভিতৰত এতিয়ালৈ মাত্ৰ এখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।

news18assam
Updated:May 23, 2019, 4:13 PM IST
অসমৰ প্ৰথমখন আসনৰ ফলাফল ঘোষণা, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ জয়
অসমৰ ১৪খন লোকসভা সমষ্টিৰ ভিতৰত এতিয়ালৈ মাত্ৰ এখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে।
news18assam
Updated: May 23, 2019, 4:13 PM IST
অসমৰ ১৪খন লোকসভা সমষ্টিৰ ভিতৰত এতিয়ালৈ মাত্ৰ এখন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি, ডিব্ৰুগড়ৰ সমষ্টিত বিজয় সাব্যস্ত কৰিছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে। কংগ্ৰেছ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি বিজয়ধ্বজা উৰুৱালে তেলীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি