বিজেপিৰ দখলত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি

গুৱাহাটী লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে। নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ববিতা শৰ্মাক হৰুৱাই বিজয় সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী কুইন ওজাই।

news18assam
Updated:May 24, 2019, 8:04 AM IST
বিজেপিৰ দখলত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি
গুৱাহাটী লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে। নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ববিতা শৰ্মাক হৰুৱাই বিজয় সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী কুইন ওজাই।
news18assam
Updated: May 24, 2019, 8:04 AM IST
গুৱাহাটী লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে। নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ববিতা শৰ্মাক হৰুৱাই বিজয় সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী কুইন ওজাই। দুয়োগৰাকী প্ৰতিদ্বন্দ্বীৰ মাজত হৈছিল তীব্ৰ যুঁজ।

ইফালে, গুৱাহাটী সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছিল উপমন্যু হাজৰিকা আৰু জোনমণি দেৱী খাউণ্ড। দুয়োগৰাকী প্ৰাৰ্থীয়ে কোনোধৰণৰ প্ৰভাৱ দেখুৱাব নোৱাৰিলে গুৱাহাটী সমষ্টিত।
আৰু চাওক পৰৱৰ্তী বাতৰি