Lok Sabha Election Result 2019 : লখিমপুৰত শেষ হাঁহি মাৰিলে প্ৰদান বৰুৱাই

ডিব্ৰুগড় সমষ্টিৰ লগতে লখিমপুৰ সমষ্টিও দখল কৰিলে বিজেপিয়ে। সমষ্টিটোত কংগ্ৰেছৰ অনিল বৰগোহাঁইক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই।

news18assam
Updated:May 23, 2019, 4:25 PM IST
Lok Sabha Election Result 2019 : লখিমপুৰত শেষ হাঁহি মাৰিলে প্ৰদান বৰুৱাই
ডিব্ৰুগড় সমষ্টিৰ লগতে লখিমপুৰ সমষ্টিও দখল কৰিলে বিজেপিয়ে। সমষ্টিটোত কংগ্ৰেছৰ অনিল বৰগোহাঁইক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই।
news18assam
Updated: May 23, 2019, 4:25 PM IST
ডিব্ৰুগড় সমষ্টিৰ লগতে লখিমপুৰ সমষ্টিও দখল কৰিলে বিজেপিয়ে। সমষ্টিটোত কংগ্ৰেছৰ অনিল বৰগোহাঁইক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই। এইপৰ্যন্ত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত দুটা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে। বাকীকেইটা সমষ্টিৰ অধিকাংশতে আগবাঢ়ি আছে বিজেপি।
আৰু চাওক পৰৱৰ্তী বাতৰি