Lok Sabha Election Result 2019 LIVE : প্ৰদান নে অনিল? লখিমপুৰত কাৰ পক্ষে জনতাৰ ৰায়?

lok sabha election 2019 bjp candidate pradan baruah leads in lakhimpur assam

news18assam
Updated:May 23, 2019, 2:28 PM IST
Lok Sabha Election Result 2019 LIVE : প্ৰদান নে অনিল? লখিমপুৰত কাৰ পক্ষে জনতাৰ ৰায়?
lok sabha election 2019 bjp candidate pradan baruah leads in lakhimpur assam
news18assam
Updated: May 23, 2019, 2:28 PM IST
সমগ্ৰ দেশৰ লগতে অসমৰ ১৪টা লোকসভা সমষ্টিতো অব্যাহত আছে ভোটগণনা। দেশজুৰি বিজেপিয়ে বৃহৎ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। অসমৰ অধিকাংশ আসনতে আগুৱাই আছে বিজেপি। লখিমপুৰ সমষ্টিতো এইপৰ্যন্ত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই। প্ৰদান বৰুৱাই এইপৰ্যন্ত লাভ কৰিছে মুঠ ৫,১১,৮৮৯টা ভোট। তাৰ বিপৰীতে কংগ্রেছৰ অনিল বৰগোঁহায়ে পাইছে এইপৰ্যন্ত ২,৪৮,০০২টা ভোট। ২,৬৩,৮৮৭টা ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি