তেজপুৰত পল্লৱৰ হাতত পৰাস্ত ভানু

কংগ্ৰেছৰ হেভীৱেট প্ৰাৰ্থী এম জি ভি কে ভানুক পৰাস্ত কৰি তেজপুৰ লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে।

news18assam
Updated:May 24, 2019, 6:56 AM IST
তেজপুৰত পল্লৱৰ হাতত পৰাস্ত ভানু
কংগ্ৰেছৰ হেভীৱেট প্ৰাৰ্থী এম জি ভি কে ভানুক পৰাস্ত কৰি তেজপুৰ লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে।
news18assam
Updated: May 24, 2019, 6:56 AM IST
কংগ্ৰেছৰ হেভীৱেট প্ৰাৰ্থী এম জি ভি কে ভানুক পৰাস্ত কৰি তেজপুৰ লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে বিজেপিয়ে। বিজেপিৰ পল্লৱ লোচন দাসে সমষ্টিটোত মাৰিলে শেষ হাঁহি। বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল তেজপুৰত। উল্লেখযোগ্য যে সাংসদ আৰ পি শৰ্মাক টিকটৰ পৰা বঞ্চিত কৰি পল্লৱ লোচন দাসক তেজপুৰৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিজেপিয়ে। আনহাতে, লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰা প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুক পল্লৱৰ বিৰুদ্ধে থিয় কৰোৱাইছিল কংগ্ৰেছে।
আৰু চাওক পৰৱৰ্তী বাতৰি