• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত আত্মপ্ৰকাশ উত্তৰ প্ৰদেশৰ লোক ৰক্ষা পাৰ্টীৰ, ২২টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা

অসমত আত্মপ্ৰকাশ উত্তৰ প্ৰদেশৰ লোক ৰক্ষা পাৰ্টীৰ, ২২টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা

ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব লাভ কৰিয়েই ৰাজকুমাৰ গুপ্তাৰ দাবী, এইবাৰৰ নিৰ্বাচনত আমাৰ দলে বৰাক ভেলী, নামনি অসম আৰু মধ্য অসমক লৈ মুঠ ২২টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা।

  • Share this:
অসমত আত্মপ্ৰকাশ উত্তৰ প্ৰদেশৰ লোক ৰক্ষা পাৰ্টীৰ। হোজাইত সংবাদমেল পাতি আগন্তুক বিধানসভা নিৰ্বাচনত ২২টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰে দলটোৱে।

ৰাজকুমাৰ গুপ্তাক ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে লৈ আজি হোজাইত আত্মপ্ৰকাশ ঘটে  দলটোৱে। ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব লাভ কৰিয়েই ৰাজকুমাৰ গুপ্তাৰ দাবী, এইবাৰৰ নিৰ্বাচনত আমাৰ দলে বৰাক ভেলী, নামনি অসম আৰু মধ্য অসমক লৈ মুঠ ২২টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা।ইপিনে ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিজনে হোজাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও প্ৰকাশ কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি