চৰকাৰী নিৰ্দেশনা নামানে জনসাধাৰণে! ৰাজ্যত আকৌ লকডাউন!

News18 Assam | News18-Assam
Updated:August 28, 2020, 6:44 PM IST
চৰকাৰী নিৰ্দেশনা নামানে জনসাধাৰণে! ৰাজ্যত আকৌ লকডাউন!
১ ছেপ্টেম্বৰত শিক্ষকসকল যাব লাগিব স্কুললৈ।

১ ছেপ্টেম্বৰত শিক্ষকসকল যাব লাগিব স্কুললৈ।

  • Share this:
ৰাজ্যত কোৰোণাৰ প্ৰকোপ এতিয়াও কমা নাই। ৰাইজক সচেতন হ'বলৈ আহ্বান মুখ্য সচিবৰ। নহ'লে পুনৰ লকডাউন ঘোষণা কৰা হ'ব পাৰে ৰাজ্যত। সকলোকে মাস্ক পিন্ধিবলৈ কঠোৰ নিৰ্দেশনা মুখ্য সচিবৰ। মাস্ক নিপিন্ধিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা।

আনহাতে, ১ ছেপ্টেম্বৰত শিক্ষকসকল যাব লাগিব স্কুললৈ। অৱশ্যে স্কুল খোলাৰ ক্ষেত্ৰত এতিয়াও লোৱা নাই সিদ্ধান্ত। ৩১ আগষ্টত অন্ত পৰিব আনলক–৩ৰ।
Published by: Sanjay Kumar Das
First published: August 28, 2020, 6:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading