আজিৰে পৰা ৯ দিনৰ বাবে সম্পূৰ্ণ লকডাউন অসমৰ এই তিনি জিলাত!

News18 Assam | News18-Assam
Updated:August 27, 2020, 9:20 AM IST
আজিৰে পৰা ৯ দিনৰ বাবে সম্পূৰ্ণ লকডাউন অসমৰ এই তিনি জিলাত!
প্ৰশাসনৰ দাবী, এয়া লকডাউন নহয় বাধানিষেধহে।

প্ৰশাসনৰ দাবী, এয়া লকডাউন নহয় বাধানিষেধহে।

  • Share this:
বৰাক উপত্যকাৰ তিনিখন জিলাত আজিৰে পৰা ৯ দিনাৰ বাবে লকডাউন ঘোষণা। পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে লকডাউন। কোৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে এই লকডাউন ঘোষণা কৰা হৈছে। আনহাতে প্ৰশাসনৰ দাবী, এয়া লকডাউন নহয় বাধানিষেধহে। উল্লেখযোগ্য যে অসমৰ আন কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাৰ তিনি জিলাতো কোৰোণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা।
Published by: Sanjay Kumar Das
First published: August 27, 2020, 9:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading