• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা News18ৰ সাংবাদিকক আক্ৰমণৰ চেষ্টা

জেহাদীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা News18ৰ সাংবাদিকক আক্ৰমণৰ চেষ্টা

দীৰ্ঘদিনে চান্দ মিঞাৰ ঘৰত আশ্ৰয় লৈ আছিল জেহাদী ইক্ৰামূলে। News18ৰ কেমেৰা কাঢ়ি নিয়াৰো চেষ্টা একাংশ লোকৰ।

  • Share this:
জেহাদীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা News18ৰ সাংবাদিকক আক্ৰমণৰ চেষ্টা। বাতৰি সম্প্ৰচাৰ কৰি থকাৰ সময়তে News18ৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাক আক্ৰমণৰ চেষ্টা। জেহাদী ইক্ৰামূল হুছেইনৰ ঘৰৰ দৃশ্যাংশ সংগ্ৰহ কৰাত বাধা একাংশ লোকৰ। চান্দ মিঞা নামৰ এগৰাকী ব্যক্তিৰ উচতনিতে একাংশ লোকে আক্ৰমণৰ চেষ্টা কৰিলে সাংবাদিকক। দীৰ্ঘদিনে চান্দ মিঞাৰ ঘৰত আশ্ৰয় লৈ আছিল জেহাদী ইক্ৰামূলে। News18ৰ কেমেৰা কাঢ়ি নিয়াৰো চেষ্টা একাংশ লোকৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি