কাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় বন্ধ, কোন কোন জিলাত বন্ধ?

বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বেংক প্ৰতিষ্ঠানো।

News18-Assam
Updated:October 28, 2019, 3:36 PM IST
কাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় বন্ধ, কোন কোন জিলাত বন্ধ?
বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বেংক প্ৰতিষ্ঠানো।
News18-Assam
Updated: October 28, 2019, 3:36 PM IST
কাইলৈ অসমৰ কেইবাখনো জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। ভাতৃ দ্বিতীয়া উপলক্ষে স্থানীয় বন্ধ ঘোষণা। বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথ জিলাত থাকিব স্থানীয় বন্ধ। বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানৰ লগতে বেংক প্ৰতিষ্ঠানো।
আৰু চাওক পৰৱৰ্তী বাতৰি