ঘণ্টাই ঘণ্টাই বিদ্যুৎ কৰ্তন, আমিনগাঁৱত ক্ষুব্ধ ৰাইজে প্ৰস্ৰাৱ কৰিলে শক্তি বিভাগৰ কাৰ্যালয়ত, লণ্ডভণ্ড আচবাব

কাৰ্যালয় চৌহদত থকা এখন বাহনৰো ক্ষতিসাধন কৰে ক্ষুব্ধ ৰাইজে।

News18-Assam
Updated:August 8, 2019, 10:19 AM IST
ঘণ্টাই ঘণ্টাই বিদ্যুৎ কৰ্তন, আমিনগাঁৱত ক্ষুব্ধ ৰাইজে প্ৰস্ৰাৱ কৰিলে শক্তি বিভাগৰ কাৰ্যালয়ত, লণ্ডভণ্ড আচবাব
কাৰ্যালয় চৌহদত থকা এখন বাহনৰো ক্ষতিসাধন কৰে ক্ষুব্ধ ৰাইজে।
News18-Assam
Updated: August 8, 2019, 10:19 AM IST
আমিনগাঁৱৰ APDCLৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তনক লৈ ক্ষুব্ধ একাংশ লোকে নিশা লণ্ডভণ্ড কৰে কাৰ্যালয়ৰ আচবাব। কাৰ্যালয়ৰ আইনা ভাঙি পেলোৱাৰ লগতে লণ্ডভণ্ড কৰে নিয়ন্ত্ৰণ কক্ষও। শক্তি বিভাগৰ আবাসগৃহতো আক্ৰমণ কৰে একাংশ লোকে। কাৰ্যালয় চৌহদত থকা এখন বাহনৰো ক্ষতিসাধন কৰে ক্ষুব্ধ ৰাইজে। সঘন লোডশ্বেডিঙত অতিষ্ঠ ৰাইজে প্ৰস্ৰাৱ কৰিলে কাৰ্যালয়ৰ মজিয়াত।
আৰু চাওক পৰৱৰ্তী বাতৰি