NEWS18 Impact:দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি মধুস্মিতাক GMCH ত ভৰ্তি

NEWS18ত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্নজনে এতিয়া সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মধুস্মিতালৈ

News18-Assam
Updated:November 1, 2019, 1:35 PM IST
NEWS18 Impact:দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি মধুস্মিতাক GMCH ত ভৰ্তি
NEWS18ত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্নজনে এতিয়া সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মধুস্মিতালৈ
News18-Assam
Updated: November 1, 2019, 1:35 PM IST
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কণমানি মধুস্মিতাক GMCH ত ভৰ্তি। শীঘ্ৰে GMCHত কৰা হ’ব মধুস্মিতাৰ অস্ত্ৰোপ্ৰচাৰ। NEWS18ত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পিছতে বিভিন্নজনে এতিয়া সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে মধুস্মিতালৈ। কিন্তু এতিয়ালৈকে মধুস্মিতাৰ পিতৃয়ে বৰ্তমানলৈকে লাভ কৰিছে এহেজাৰ টকাহে। চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া ‘কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদেও এতিয়ালৈকে কৰা নাই যোগাযোগ। অৱশ্যে হাওৰাঘাটৰ OCয়ে সহায়ৰ বাবে যোগাযোগ কৰিছে পৰিয়ালটোৰে। মধুস্মিতাক আগৰ দৰে আকৌ সুস্থ কৰি তুলিবলৈ পিতৃয়ে পুনৰ সহায় বিচাৰিছে অসমবাসীৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি