কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ বন্ধৰ তালিকা, নাই মাঘ বিহুৰ বন্ধ, তাৰ পৰিৱৰ্তে বঢ়াই দিলে দুৰ্গা পূজাৰ বন্ধ

News18 Assam | News18-Assam
Updated:January 2, 2020, 6:32 PM IST
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ বন্ধৰ তালিকা, নাই মাঘ বিহুৰ বন্ধ, তাৰ পৰিৱৰ্তে বঢ়াই দিলে দুৰ্গা পূজাৰ বন্ধ
অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে।

অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে।

  • Share this:
অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে। প্ৰকাশিত তালিকাত নাই মাঘ বিহুৰ বন্ধ। আনহাতে আৰু এদিন বঢ়াই দিয়া হৈছে দুৰ্গা পূজাৰ বন্ধ। ঠিক সেইদৰে বহাগ বিহুৰ বন্ধ নিৰ্ধাৰণ কৰা হৈছে মাত্ৰ এদিন।



 
আৰু চাওক
পৰৱৰ্তী বাতৰি