• Home
  • »
  • News
  • »
  • assam
  • »
  • কামৰূপ মহানগৰ জিলাত একত্ৰীকৰণ কৰা হ’ব কেইবাখনো বিদ্যালয়, কোনকেইখন বিদ্যালয় কৰা হ’ব একত্ৰীকৰণ, চাওক তালিকা

কামৰূপ মহানগৰ জিলাত একত্ৰীকৰণ কৰা হ’ব কেইবাখনো বিদ্যালয়, কোনকেইখন বিদ্যালয় কৰা হ’ব একত্ৰীকৰণ, চাওক তালিকা

প্ৰতীকী ফটো

প্ৰতীকী ফটো

৩০তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

  • Share this:
কামৰূপ(ম)ত একত্ৰীকৰণ হ’ব কেইবাখনো বিদ্যালয়। একত্ৰীকৰণৰ নিৰ্দেশনা জাৰি বিভাগীয় কৰ্তৃপক্ষৰ। ছাত্ৰ–ছাত্ৰীৰ সংখ্যা অতি কম হোৱা বাবে একত্ৰীকৰণ কৰা হ’ব এই বিদ্যালয়সমূহ।কামৰূপ মহানগৰত ১৬ খন বিদ্যালয় একত্ৰীকৰণ হ’ব।  ৩০তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় একত্ৰীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

ইতিমধ্যে ১৫ খন বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰা হৈছে। এই তালিকাত নাম থকা বিদ্যালয়সমূহ হ’ল –

১. নামনি কামাখ্যা এল পি স্কুল

২. বীণাপানী হিন্দী এল পি স্কুল

৩. মাছখোৱা মাজিদা এল পি স্কুল

৪. খাৰঘূলী শিশু বিদ্যাপীঠ

৫. মালিগাঁও বালিকা এল পি স্কুল

৬. ৰুদ্ৰ সিং এল পি স্কুল

৭. উত্তৰ বনমজা এল পি স্কুল

৮. কটকীপৰা এল পি স্কুল

৯. লাচিত গড় এল পি স্কুল

১০. টিলিং গাঁও এল পি স্কুল

১১. ঘোঁৰামৰা এল পি স্কুল

১২. জনজাতি এম ই স্কুল

১৩. জিতেন্দ্ৰ নাথ এম ই স্কুল

১৪. চিত্ৰাঞ্চল এল পি স্কুল

১৫. আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল

১৬. নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল
Published by:Sanjay Kumar Das
First published: