• Home
  • »
  • News
  • »
  • assam
  • »
  • Goalpara : মুকলি পথাৰত ৰৈ থকাৰ সময়তে বজ্ৰপাত, থিতাতে কৰুণ মৃত্যু এগৰাকী চফল ডেকাৰ

Goalpara : মুকলি পথাৰত ৰৈ থকাৰ সময়তে বজ্ৰপাত, থিতাতে কৰুণ মৃত্যু এগৰাকী চফল ডেকাৰ

নিহত প্ৰণৱ নাথ গোৱালপাৰা নাথ যোগী ছাত্ৰ সন্থাৰ উপৰ-বগুৱান শাখাৰ সাংগঠনিক সম্পাদক আছিল

নিহত প্ৰণৱ নাথ গোৱালপাৰা নাথ যোগী ছাত্ৰ সন্থাৰ উপৰ-বগুৱান শাখাৰ সাংগঠনিক সম্পাদক আছিল

নিহত প্ৰণৱ নাথ গোৱালপাৰা নাথ যোগী ছাত্ৰ সন্থাৰ উপৰ-বগুৱান শাখাৰ সাংগঠনিক সম্পাদক আছিল

  • Share this:
দুধনৈৰ কাৰিপাৰাত অঘটন ৷ হঠাতে নিয়তিয়ে প্ৰাণ কাঢ়ি নিয়ে এগৰাকী চফল ডেকাৰ।  বজ্ৰ পৰি  অকাল মৃত্যুক সাৱটি লয় প্ৰণৱ নাথ নামৰ এগৰাকী যুৱকে। কাৰিপাৰাৰ উপৰ-বগুৱানত সংঘটিত হয় এই কৰুণ ঘটনা ৷

নিহত প্ৰণৱ নাথ গোৱালপাৰা নাথ যোগী ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যৰ উপৰি উপৰ-বগুৱান শাখাৰ সাংগঠনিক সম্পাদক আছিল ৷ মুকলি পথাৰত ৰৈ থকাৰ সময়তে বজ্ৰপাতত মৃত্যুমুখত পৰে তেওঁ।
Published by:Gautam Barman
First published: