কৰ্মফল! হোজাইত চাৰি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

২০১৩ চনৰ ১৪ অক্টোবৰত পিনাকী দে’ নামৰ এগৰাকী মহিলাক হত্যা কৰিছিল তিনিওজনে।

News18-Assam
Updated:August 30, 2019, 3:14 PM IST
কৰ্মফল! হোজাইত চাৰি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
২০১৩ চনৰ ১৪ অক্টোবৰত পিনাকী দে’ নামৰ এগৰাকী মহিলাক হত্যা কৰিছিল তিনিওজনে।
News18-Assam
Updated: August 30, 2019, 3:14 PM IST
হোজাই শংকৰদেৱনগৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়। চাৰি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে। ইয়াৰ উপৰি প্ৰতিজনকে বিহিলে ৫০ হাজাৰ টকাকৈ জৰিমনা। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত চাৰি হত্যাকাৰী হ’ল বিপুল দে’, অচিন্ত দে’, কৃষ্ণ দে’ আৰু মুন্না দত্ত। ২০১৩ চনৰ ১৪ অক্টোবৰত পিনাকী দে’ নামৰ এগৰাকী মহিলাক হত্যা কৰিছিল তিনিওজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি