হাইলাকান্দিত দুই হত্যাকাৰীক আজীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

২০১৬ চনত ফাৰুক উদ্দিন লস্কৰ নামৰ এজন পঞ্চায়ত সদস্যক মৰিয়াই মৰিয়াই হত্যা কৰিছিলে এই দুই হত্যাকাৰীয়ে।

News18-Assam
Updated:August 8, 2019, 1:06 PM IST
হাইলাকান্দিত দুই হত্যাকাৰীক আজীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ
২০১৬ চনত ফাৰুক উদ্দিন লস্কৰ নামৰ এজন পঞ্চায়ত সদস্যক মৰিয়াই মৰিয়াই হত্যা কৰিছিলে এই দুই হত্যাকাৰীয়ে।
News18-Assam
Updated: August 8, 2019, 1:06 PM IST
হাইলাকান্দিত দুই হত্যাকাৰীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে। হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজীৱন কাৰাদণ্ড বিহিলে হত্যাকাৰী দুটাক। অভিযুক্ত আলতাফ হুছেইন বড়লস্কৰ আৰু আনোৱাৰ হুছেইন বড়লস্কৰক আজীৱন কাৰাদণ্ডৰ লগতে লগতে ৫ হাজাৰ টকাকৈ জৰিমনা বিহিলে আদালতে। ২০১৬ চনত ফাৰুক উদ্দিন লস্কৰ নামৰ এজন পঞ্চায়ত সদস্যক মৰিয়াই মৰিয়াই হত্যা কৰিছিলে এই দুই হত্যাকাৰীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি