তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড হোজাইৰ শংকৰদেৱ নগৰ আদালতৰ

যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহিলে আটাইকে।

News18-Assam
Updated:August 16, 2019, 2:15 PM IST
তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড হোজাইৰ শংকৰদেৱ নগৰ আদালতৰ
যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহিলে আটাইকে।
News18-Assam
Updated: August 16, 2019, 2:15 PM IST
হোজাইত ৩ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে আদালতে। হবিবুৰ ৰহমান, ছাইদুৰ ৰহমান আৰু ছাহিদুৰ ৰহমান নামৰ অপৰাধীকেইটাক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে হোজাইৰ শংকৰদেৱ নগৰ আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহিলে আটাইকে। এক হত্যাৰ গোচৰ দোষী সাব্যস্ত হৈছিল তিনিওজন। হত্যা কৰিছিল হাবিবুৰ ৰহমান নামৰ এজন লোকক।
আৰু চাওক পৰৱৰ্তী বাতৰি