আকৌ ৰাজ্যৰ নিবনুৱাকলৈ হেতালি!পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ পৰীক্ষাৰ নামত ভেকো ভাৱনা!

গুৱাহাটী মহানগৰৰ TC হাইস্কুল, কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হৈছিল লিখিত পৰীক্ষা

News18-Assam
Updated:July 24, 2019, 4:58 PM IST
আকৌ ৰাজ্যৰ নিবনুৱাকলৈ হেতালি!পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ পৰীক্ষাৰ নামত ভেকো ভাৱনা!
গুৱাহাটী মহানগৰৰ TC হাইস্কুল, কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হৈছিল লিখিত পৰীক্ষা
News18-Assam
Updated: July 24, 2019, 4:58 PM IST
APDCL, PNRD, জনসংযোগৰ পিছত এইবাৰ ৰাজ্যৰ লক্ষ্য লক্ষ্য নিৱনুৱাকলৈ হেতালি খেলিছে  পুথিভঁৰাল সেৱা সঞ্চালকালয়ে। বহুকেইটা খালী পদৰ বাবে অনুষ্ঠিত কৰাৰ কথা আছিল বিভাগটোৱে লিখিত পৰীক্ষা।গুৱাহাটী মহানগৰৰ TC হাইস্কুল, কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা হৈছিল লিখিত পৰীক্ষা।কিন্তু পৰীক্ষাকেন্দ্ৰত উপস্থিত নহ’ল বিভাগীয় কৰ্তৃপক্ষ।এহাজাৰতকৈ অধিক প্ৰাৰ্থী আহিছিল বাচনি পৰীক্ষালৈ। ১০ বজাৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কোনো জাননী নিদিয়াকৈ লিখিত পৰীক্ষা বাতিল কৰা হ’ল বুলি অভিযোগ কৰে পৰীক্ষাৰ্থীসকলে । ফলত হাহাকাৰ লাগে পৰীক্ষাৰ্থী- অভিভাৱকৰ মাজত!
আৰু চাওক পৰৱৰ্তী বাতৰি