உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোণাৰিৰ চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস...

    সোণাৰিৰ চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস...

    চৰাইদেউ জিলাৰ সোণাৰিৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত নাহৰফুটিকীৰ সন্ত্ৰাস

    • Share this:
    চৰাইদেউ জিলাৰ সোণাৰিৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত সাপেখাতীৰ টিমনহাবি চাহ বাগিচাত নাহৰফুটিকীৰ সন্ত্ৰাস। নাহৰফুটুকীৰ সন্ত্ৰাসত ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় অঞ্চলবাসীৰ।  নাহৰফুটুকীটোৱে বিগত কেইবাদিন ধৰি বাগিচা খনত মুক্ত বিচৰণ কৰাৰ উপৰিও পাত চিঙি থকা অৱস্থাতে আহত কৰিছিল দুগৰাকীকৈ মহিলাক।

    নিধন কৰিছিল বহু পশুধন ৷ তাৰ পাছতেই বন বিভাগে স্থাপন কৰিছিল এটা পিঞ্জৰা ৷ মঙলবাৰে নিশা বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হৈ পৰে নাহৰফুটুকীটো। এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে।

    First published: