নাজিৰাত ৰাইজে হানি–খুচি হত্যা কৰিলে নাহৰফুটুকীক

বাঘৰ আক্ৰমণত আহত হৈছিল তিনিজন। আহত হেমিদুৰ ৰহমান, আবুল আলী আৰু মইনা আলী।

news18assam
Updated:June 5, 2019, 7:47 PM IST
নাজিৰাত ৰাইজে হানি–খুচি হত্যা কৰিলে নাহৰফুটুকীক
বাঘৰ আক্ৰমণত আহত হৈছিল তিনিজন। আহত হেমিদুৰ ৰহমান, আবুল আলী আৰু মইনা আলী।
news18assam
Updated: June 5, 2019, 7:47 PM IST
নাজিৰাৰ মঠিয়াছিগা কোঁৱৰ গাঁৱত ৰাইজে হত্যা কৰিলে এটা নাহৰফুটুকী। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল নাহৰফুটুকীটো। বাঘৰ আক্ৰমণত আহত হৈছিল তিনিজন। আহত হেমিদুৰ ৰহমান, আবুল আলী আৰু মইনা আলী। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে লোককেইজনক আক্ৰমণ কৰে নাহৰফুটুকীটোৱে। ইয়াৰ পিছতে একাংশ লোকে খেদি খেদি হত্যা কৰে নাহৰফুটুকীটোক।
আৰু চাওক পৰৱৰ্তী বাতৰি