
Forest department binds tiger: কিছু পলমকৈ উপস্থিত হোৱা বন বিভাগৰ লোক তথা আৰক্ষীয়ে অৱশেষত আবদ্ধ কৰিবলৈ সক্ষম হয় বাঘটো
Forest department binds tiger: কিছু পলমকৈ উপস্থিত হোৱা বন বিভাগৰ লোক তথা আৰক্ষীয়ে অৱশেষত আবদ্ধ কৰিবলৈ সক্ষম হয় বাঘটো
বাঘৰ সন্ত্ৰাসৰ অন্ত।
আজি মহানগৰীৰ পাণ্ডুত নাহৰফুটুকী বাঘে কেইবাঘণ্টা ধৰি চলোৱা সন্ত্ৰাসৰ পিছত বন বিভাগৰ লোকে আবদ্ধ কৰে বাঘটো। পাণ্ডুৰ আদাবাৰী কলনীত এটা ৰে’লৱে কোৱাৰ্টাৰত আশ্ৰয় লৈ থকা নাহৰফুটুকীটোৱে এগৰাকী মহিলাক আক্ৰমণ কৰি (Leopard in Guwahati) গুৰুতৰভাৱে আহত কৰিছিল।
প্ৰাতভ্ৰমণৰ সময়ত অঞ্জু ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক আক্ৰমণ কৰে বাঘটোৱে। স্থানীয় ৰাইজৰ মাজত বাঘে কেইবাঘণ্টা ধৰি সন্ত্ৰাস চলায়। কিছু পলমকৈ উপস্থিত হোৱা বন বিভাগৰ লোক তথা আৰক্ষীয়ে ট্ৰেংকুলাইজ কৰি অৱশেষত আবদ্ধ কৰিবলৈ সক্ষম হয় বাঘটো (woman was attacked by a leopard)।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|