মৰিয়নীত বিহ দি নাহৰফুটুকীক হত্যা!

অঞ্চলটোত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পুৱা একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত বাঘটো।

news18assam
Updated:June 6, 2019, 10:14 AM IST
মৰিয়নীত বিহ দি নাহৰফুটুকীক হত্যা!
অঞ্চলটোত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পুৱা একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত বাঘটো।
news18assam
Updated: June 6, 2019, 10:14 AM IST
মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাত নাহৰফুটুকী হত্যা। পূৰ্ণবয়স্ক নাহৰফুটুকীটো দুষ্কৃতিকাৰীয়ে বিহ দি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। অঞ্চলটোত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। পুৱা একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত বাঘটো। ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক।
আৰু চাওক পৰৱৰ্তী বাতৰি