உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহানগৰীৰ বৰাগাঁৱত কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু

    মহানগৰীৰ বৰাগাঁৱত কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু

    মহানগৰীৰ বৰাগাঁও তেতেলীয়াৰ গণেশ মন্দিৰৰৰ সমীপৰ দেৱনগৰত মুক্ত বিচৰণ কৰি থকাৰ সময়ত এটা পৰিয়ালৰ কুঁৱাত পৰে নাহৰফুটুকীটো।

    • Share this:
    মহানগৰীৰ কিছু ঠাইৰ ৰাইজ নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ থকাৰ সময়তে  কৰুণ মৃত্যু এটা নাহৰফুটুকীৰ। বনাঞ্চল ধ্বংসৰ ফলত নিশাৰ ভাগত জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই আহিছিল নাহৰফুটুকীটো। মহানগৰীৰ বৰাগাঁও তেতেলীয়াৰ গণেশ মন্দিৰৰৰ সমীপৰ দেৱনগৰত মুক্ত বিচৰণ কৰি থকাৰ সময়ত এটা পৰিয়ালৰ কুঁৱাত পৰে নাহৰফুটুকীটো।

    প্ৰায় ডেৰঘণ্টা ধৰি কুঁৱাত মৃত্যুৰে যুঁজি আছিল নাহৰফুটুকীজনী। স্থানীয় লোকে প্ৰত্যক্ষ কৰি গোশালা আৰক্ষী, ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ আৰু ৱাইল্ড লাইফক খবৰ দিয়ে যদিও ঘটিনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ। ঘটনাস্থলীত অৱশেষত  মহানগৰীৰ খনামুখ বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীটোক উদ্ধাৰৰ চেষ্টা কৰে যদিও মৃত্যুমুখত পৰে নাহৰফুটুকীটো।
    Published by:Sanjay Kumar Das
    First published: