মহানগৰীৰ শান্তিপুৰত বনৰজাৰ গোজৰণি, পিঞ্জৰাত আবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

অঞ্চলটোত আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ ৰাইজৰ।

News18-Assam
Updated:October 23, 2019, 8:44 AM IST
মহানগৰীৰ শান্তিপুৰত বনৰজাৰ গোজৰণি, পিঞ্জৰাত আবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
অঞ্চলটোত আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ ৰাইজৰ।
News18-Assam
Updated: October 23, 2019, 8:44 AM IST
মহানগৰীৰৰ শান্তিপুৰত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী। পি এন জি বি ৰোডত বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো। দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰফুটুকীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। অঞ্চলটোত আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ ৰাইজৰ। পিঞ্জৰাত আবদ্ধ নাহৰফুটুকীটোক ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি