মুখ্যপৃষ্ঠা »খবৰ »অসম »Hajo News | হাজোত ঘোচ লৈ হাতে–লোটে ধৰা পৰিল লাট মণ্ডল

Hajo News | হাজোত ঘোচ লৈ হাতে–লোটে ধৰা পৰিল লাট মণ্ডল

জাপিয়া গাঁৱৰ নাজিম আলী নামৰ এজন লোকৰ পৰা চাৰি হাজাৰ টকা লৈ হাতে লোটে ধৰা পৰিল লাট মণ্ডলগৰাকী। জাপিয়া লাটৰ ধৃত মণ্ডল গৰাকীৰ নাম টংকেশ্বৰ নাথ।

  • Share this:
ৰাজ্যত অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। আজি হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এই অভিযানত এইবাৰ হাত দাঙিলে এজন লাট মণ্ডলে।

জাপিয়া গাঁৱৰ নাজিম আলী নামৰ এজন লোকৰ পৰা চাৰি হাজাৰ টকা লৈ হাতে লোটে ধৰা পৰিল লাট মণ্ডলগৰাকী। জাপিয়া লাটৰ ধৃত মণ্ডল গৰাকীৰ নাম টংকেশ্বৰ নাথ।

দীৰ্ঘ সময় ধৰি হাজো চক্ৰ বিষয়া কাৰ্যালয়ত ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে টংকেশ্বৰ নাথৰ বিৰুদ্ধে। টংকেশ্বৰ নাথৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি