উগ্ৰতাৰাৰ বিগ্ৰহ চুৰি ঘটনাঃ আৰু এজনক গ্ৰেপ্তাৰ

আৰক্ষীৰ জালত আজিজুল আলী নামৰ অভিযুক্তজন। গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা আজিজুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

news18assam
Updated:June 20, 2019, 8:28 AM IST
উগ্ৰতাৰাৰ বিগ্ৰহ চুৰি ঘটনাঃ আৰু এজনক গ্ৰেপ্তাৰ
আৰক্ষীৰ জালত আজিজুল আলী নামৰ অভিযুক্তজন। গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা আজিজুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 
news18assam
Updated: June 20, 2019, 8:28 AM IST
উগ্ৰতাৰাৰ বিগ্ৰহ চুৰি সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ। আৰক্ষীৰ জালত আজিজুল আলী নামৰ অভিযুক্তজন। গুৱাহাটীৰ পাঞ্জাবাৰীৰ পৰা আজিজুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইতিমধ্যে উদ্ধাৰ হৈছে উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ। চুৰি সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছিল কেইবাটাও চোৰো।
আৰু চাওক পৰৱৰ্তী বাতৰি