• Home
  • »
  • News
  • »
  • assam
  • »
  • Landslides Again in Guwahati : মহানগৰীত পুনৰ ভূমিস্খলন, মালিগাঁৱত সংঘটিত হৈছে এই ঘটনা

Landslides Again in Guwahati : মহানগৰীত পুনৰ ভূমিস্খলন, মালিগাঁৱত সংঘটিত হৈছে এই ঘটনা

পাহাৰৰ পৰা খহা মাটি ৰে'লপথৰ ওপৰত পৰে। 

পাহাৰৰ পৰা খহা মাটি ৰে'লপথৰ ওপৰত পৰে। 

পাহাৰৰ পৰা খহা মাটি ৰে'লপথৰ ওপৰত পৰে। 

  • Share this:
মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা। মহানগৰীৰ মালিগাঁৱত সংঘটিত হৈছে এই ঘটনা। মালিগাঁৱৰ নামনি কামাখ্যাৰ নাৰ্ছাৰীত হৈছে ভয়ংকৰ ভূমিস্খলন।

ভূমিস্খলনৰ বাবে পাহাৰৰ পৰা খহা মাটি ৰে'লপথৰ ওপৰত পৰে। এতিয়ালৈকে কোনো হতাহতি বা বিশেষ ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই (Landslides Again in Guwahati)।

ইতিমধ্যে সেই ঠাইত উপস্থিত হৈছে জৰুৰী সেৱা বাহিনীৰ দল। লগতে উপস্থিত হৈছে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লোক। JCBৰে ৰে'লপথলৈকে খহা মাটি আঁতৰোৱাৰ প্ৰচেষ্টা চলাই থকা হৈছে। উল্লেখ্য যে নামনি কামাখ্যাত বিগত কেইবাদিন ধৰি হৈ আছে ভূমিস্খলনৰ ঘটনা।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি