• Home
  • »
  • News
  • »
  • assam
  • »
  • মালিগাঁৱৰ দুই স্থানত ভয়ংকৰ ভূমিস্খলন, ঘৰৰ ওপৰত খহি পৰিল গাৰ্ড ৱাল

মালিগাঁৱৰ দুই স্থানত ভয়ংকৰ ভূমিস্খলন, ঘৰৰ ওপৰত খহি পৰিল গাৰ্ড ৱাল

প্ৰশাসনে অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অঞ্চলটো সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত বিপদৰ৷

প্ৰশাসনে অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অঞ্চলটো সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত বিপদৰ৷

প্ৰশাসনে অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অঞ্চলটো সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত বিপদৰ৷

  • Share this:
লকডাউনৰ মাজতেই ৰাইজক জুৰুলা কৰিছে বানে। তাৰ সমান্তৰালভাৱেভাৱে মহানগৰীত ভূমিস্খলন। মালিগাঁৱত পুনৰ ভয়ংকৰ ভূমিস্খলন৷ জালুকবাৰী আৰক্ষী চকীৰ সমীপৰ এটা অঞ্চলত গাৰ্ড ৱাল খহি বিস্তৰ ক্ষতি কৰে ধনুশ দেৱনাথ নামৰ এজন লোকৰ বাসগৃহৰ৷ কথমপি ৰক্ষা পৰিল পৰিয়ালৰ লোকসকলৰ প্ৰাণ৷ ধবংস হৈছে পৰিয়ালতোৰ বহুতো অত্যাৱশকীয় সামগ্ৰী ৷ উল্লেখযোগ্য যে সেই স্থানৰ সমীপতে কিছুদিন আগত সংঘটিত হৈছিল আন এক ভয়ংকৰ ভূমিস্খলন৷ যদিহে প্ৰশাসনে অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অঞ্চলটো সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত বিপদৰ৷ আনহাতে, অম্বিকাগিৰি নগৰৰ এটা পথো বন্ধ হৈ পৰে ভূমিস্খলনৰ ফলত। পুৱাৰে পৰা পথটোৰে ব্যাহত পৰিছে যাতায়াত।
First published: