• Home
  • »
  • News
  • »
  • assam
  • »
  • Landslide : ক্ষেত্রীৰ টোপাতলীত পাহাৰৰ পৰা ৰাস্তাত পৰিল প্ৰকাণ্ড শিল, ভূমিস্খলন

Landslide : ক্ষেত্রীৰ টোপাতলীত পাহাৰৰ পৰা ৰাস্তাত পৰিল প্ৰকাণ্ড শিল, ভূমিস্খলন

অবিজ্ঞানসন্মতভাৱে পাহাৰ কাটি পথ নিৰ্মাণ

অবিজ্ঞানসন্মতভাৱে পাহাৰ কাটি পথ নিৰ্মাণ

অবিজ্ঞানসন্মতভাৱে পাহাৰ কাটি পথ নিৰ্মাণ

  • Share this:
ক্ষেত্রীৰ টোপাতলীত ভয়ংকৰ ভূমিস্খলন। অসম–মেঘালয় সীমান্তৱৰ্তী টোপাতলী উমচিয়াং পথত এই ভয়ংকৰ ভূমিস্খলন হয়। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত পাহাৰৰ  পৰা বাগৰি ৰাস্তাত পৰে প্ৰকাণ্ড শিল (Landslide in Assam-Meghalaya Border)।

কিন্তু সৌভাগ্যবশত সেইসময়ত পথত নাছিল কোনো বাহন বা মানুহ। সেয়ে কোনো হতাহত হোৱা নাই এই ঘটনাত।

অবিজ্ঞানসন্মতভাৱে পাহাৰ কাটি পথ নিৰ্মাণ কৰাৰ ফলতে পথটোত ভূমিস্খলনৰ বিপদ ঘনীভূত হৈছে বুলি অভিযোগ উঠে।

উল্লেখ্য যে এই পথেৰেই টোপাতলীৰ পৰা মেঘালয়লৈ যাতায়াত কৰে বিভিন্ন লোক। ভূমিস্খলনৰ পিছত বন বিভাগৰ তৎপৰতাত মুকলি কৰা হয় পথটো।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি