চানমাৰিত ভূমিস্খলন, খহি পৰে গাৰ্ডৱাল

চানমাৰীৰ অমিয়নগৰত ভয়ংকৰ ভূমিস্খলন। হলি চাইল্ড স্কুলৰ সমীপতে খহি পৰে গাৰ্ডৱাল। ভূমিস্খলনৰ পিছত হলি চাইল্ড স্কুলৰ পথটোৰ এটা অংশৰ বিস্তৰ ক্ষতিসাধন।

News18-Assam
Updated:July 10, 2019, 6:17 PM IST
চানমাৰিত ভূমিস্খলন, খহি পৰে গাৰ্ডৱাল
চানমাৰীৰ অমিয়নগৰত ভয়ংকৰ ভূমিস্খলন। হলি চাইল্ড স্কুলৰ সমীপতে খহি পৰে গাৰ্ডৱাল। ভূমিস্খলনৰ পিছত হলি চাইল্ড স্কুলৰ পথটোৰ এটা অংশৰ বিস্তৰ ক্ষতিসাধন।
News18-Assam
Updated: July 10, 2019, 6:17 PM IST
চানমাৰীৰ অমিয়নগৰত ভয়ংকৰ ভূমিস্খলন। হলি চাইল্ড স্কুলৰ সমীপতে খহি পৰে গাৰ্ডৱাল। ভূমিস্খলনৰ পিছত হলি চাইল্ড স্কুলৰ পথটোৰ এটা অংশৰ বিস্তৰ ক্ষতিসাধন।



বিগত ৪৮ ঘণ্টা ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলনত এজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি