যোৰাবাটৰ ১১ মাইলত ভূমিস্খলন, আহত এজন লোক

নিজ হোটেলৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাতে লোকজনৰ গাত পৰে মাটি। বৃদ্ধজনক উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰা হয়। 

News18-Assam
Updated:July 9, 2019, 4:30 PM IST
যোৰাবাটৰ ১১ মাইলত ভূমিস্খলন, আহত এজন লোক
নিজ হোটেলৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাতে লোকজনৰ গাত পৰে মাটি। বৃদ্ধজনক উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰা হয়। 
News18-Assam
Updated: July 9, 2019, 4:30 PM IST
যোৰাবাটৰ ১১ মাইলত ভূমিস্খলন। মাটি খহি গুৰুতৰভাৱে আহত এজন বৃদ্ধ। নিজ হোটেলৰ নিৰ্মাণৰ কাম কৰি থকা অৱস্থাতে লোকজনৰ গাত পৰে মাটি। বৃদ্ধজনক উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰা হয়। গুৰুতৰভাৱে আহত বৃদ্ধজনৰ নাম হোমেশ্বৰ বৰা।
আৰু চাওক পৰৱৰ্তী বাতৰি