• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইৰ শংকৰদেৱ নগৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ

হোজাইৰ শংকৰদেৱ নগৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ

মুঠ ১৪৯৫টা খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ আবণ্টন পত্ৰ আৰু ২১২টা পৰিয়ালৰ মাজত মাটিৰ ম্যাদি পট্টা বিতৰণ কৰা হয়৷

  • Share this:
হোজাইৰ শংকৰদেৱ নগৰত খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আবণ্টন পত্ৰ বিতৰণ
হোজাইৰ ১৪৯৫টা পৰিয়াললৈ মাটিৰ আবণ্টন পত্ৰ, ২১২টা পৰিয়ালৰ মাজত ম্যাদি পট্টা বিতৰণ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত হোজাইৰ শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা অসম হাইস্কুল শিক্ষক সংস্থাৰ হোজাই জিলা সমিতিৰ কাৰ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ সভাত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত মাটিৰ পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ কৰা হয়৷

জিলাখনৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে ডবকা, লংকা আৰু হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৪৯৫টা খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ আবণ্টন পত্ৰ আৰু ২১২টা পৰিয়ালৰ মাজত মাটিৰ ম্যাদি পট্টা বিতৰণ কৰা হয়৷ সভাত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ সাফল্যৰ বহুকেইটা দিশ উল্লেখ কৰে৷
Published by:Sanjay Kumar Das
First published: