• Home
  • »
  • News
  • »
  • assam
  • »
  • উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ লক্ষীপুৰৰ ৰেঞ্জাৰ, দুৰ্নীতি নিবাৰক শাখাই খেদি খেদি ধৰিলে বন বিষয়াজনক

উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ লক্ষীপুৰৰ ৰেঞ্জাৰ, দুৰ্নীতি নিবাৰক শাখাই খেদি খেদি ধৰিলে বন বিষয়াজনক

অভিযানকাৰী দলে খেদি খেদি গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰ দেৱব্ৰত গোহাঁইক।

অভিযানকাৰী দলে খেদি খেদি গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰ দেৱব্ৰত গোহাঁইক।

অভিযানকাৰী দলে খেদি খেদি গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰ দেৱব্ৰত গোহাঁইক।

  • Share this:
উৎকোচ লৈ হাতে–লোটে গ্ৰেপ্তাৰ কাছাৰৰ লক্ষীপুৰৰ ৰেঞ্জাৰ। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বন বিষয়াজনক। অভিযানকাৰী দলে খেদি খেদি গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰ দেৱব্ৰত গোহাঁইক। দুৰ্নীতি নিবাৰক শাখাৰ দল দেখি ৰেঞ্জাৰজনে উৎকোচ লোৱা ধনসহ চেম্বাৰৰ পলা পলায়ন কৰাৰ চেষ্টা চলায়। দুৰ্নীতি নিবাৰক শাখাৰ দলে প্ৰায় ১ কিলোমিটাৰ খেদি খেদি গ্ৰেপ্তাৰ কৰে বিষয়াজনক।
Published by:Sanjay Kumar Das
First published: