বিহুৰ লগত সংযোজন ঘটাই লক্ষীনন্দন লাহনৰ ‘SHAPE OF YOU’– এক ব্যতিক্ৰমী ‘Instrumental’ ক’ভাৰ, চাওক Video

Ed sheran ৰ ‘SHAPE OF YOU’ শীৰ্ষক গীতটোৰ  ‘Instrumental’ ক’ভাৰ ভিডিঅ’ নিৰ্মাণ কৰিছে লক্ষীনন্দনে

News18-Assam
Updated:October 14, 2019, 7:10 AM IST
বিহুৰ লগত সংযোজন ঘটাই লক্ষীনন্দন লাহনৰ ‘SHAPE OF YOU’– এক ব্যতিক্ৰমী ‘Instrumental’ ক’ভাৰ, চাওক Video
Ed sheran ৰ ‘SHAPE OF YOU’ শীৰ্ষক গীতটোৰ  ‘Instrumental’ ক’ভাৰ ভিডিঅ’ নিৰ্মাণ কৰিছে লক্ষীনন্দনে
News18-Assam
Updated: October 14, 2019, 7:10 AM IST
অসমৰ প্ৰতিভাৱান বাঁহী বাদক লক্ষীনন্দন বৰাই ইতিমধ্যে নিজৰ প্ৰতিভাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে। ছচিয়েল মিডিয়াত লক্ষীনন্দনে প্ৰায়ে শ্বেয়াৰ কৰে নিজৰ সৃষ্টি। এইবাৰ বাঁহী আৰু ঘৰত ব্যৱহৃত বিভিন্ন সামগ্ৰীক বাদ্যযন্ত্ৰৰ ৰূপত উপস্থাপন কৰি লক্ষীনন্দনে Ed sheran ৰ ‘SHAPE OF YOU’ শীৰ্ষক গীতটোৰ  ‘Instrumental’ ক’ভাৰ ভিডিঅ’ নিৰ্মাণ কৰি উলিয়াইছে। লক্ষীনন্দনে ছচিয়েল মিডিয়াত গীতটোৰ কভাৰ শ্বেয়াৰ কৰাৰ লগতে সকলোৱে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি