
হাইলাকান্দি জিলাৰ লক্ষ্মীনগৰ আৰক্ষী চকীও ইতিমধ্যে প্ৰভাৱিত হৈছে বানত৷ যোৱা দেওবাৰে হোৱৱ এজাক বৰষুণ পিছতেই বানত বুৰ যায় লক্ষ্মীনগৰ আৰক্ষী চকী।
হাইলাকান্দি জিলাৰ লক্ষ্মীনগৰ আৰক্ষী চকীও ইতিমধ্যে প্ৰভাৱিত হৈছে বানত৷ যোৱা দেওবাৰে হোৱৱ এজাক বৰষুণ পিছতেই বানত বুৰ যায় লক্ষ্মীনগৰ আৰক্ষী চকী।
মাত্ৰ এমাহৰ ভিতৰতে বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লৈছে সংহাৰী ৰূপ৷ নেৰানেপেৰা বৰষুণে সৃষ্টি কৰা বানত ৰাজ্যৰ বহু অঞ্চল বানত বুৰ যোৱাৰ লগতে ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান৷ আন জিলাৰ সমান্তৰালকৈ হাইলাকান্দি জিলাতো তাণ্ডৱ সৃষ্টি কৰিছে বানে। কৃত্ৰিম বানত বুৰ গৈছে বিভিন্ন অঞ্চল। হাইলাকান্দি জিলাৰ লক্ষ্মীনগৰ আৰক্ষী চকীও ইতিমধ্যে প্ৰভাৱিত হৈছে বানত৷ যোৱা দেওবাৰে হোৱৱ এজাক বৰষুণ পিছতেই বানত বুৰ যায় লক্ষ্মীনগৰ আৰক্ষী চকী।
ইপিনে, বানে প্লাৱিত কৰাৰ পিছতে এই আৰক্ষী চকীখন স্থানান্তৰ কৰা হৈছে স্থানীয় এখন বিদ্যালয়লৈ। লক্ষ্মীনগৰ মধ্যবংগ বিদ্যালয়ত আশ্ৰয় লৈ যাৱতীয় কাম–কাজ চলাইছে আৰক্ষী জোৱান তথা বিষয়াসকলে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|